সন্মুখত বৰদিন, নিউ ইয়েৰ... এই উৎসৱৰ বতৰত সুৰা এৰি দিয়াটো সুৰাপায়ীসকলৰ বাবে সাধাৰণ কথানে? এতিয়া এই চিন্তা মস্কোৰ বাসিন্দাসকলৰ। কোনো কোনোৱে কৈছে, ‘‘সুৰা এৰি থাকিলে শৰীৰত যি পৰিমাণৰ ষ্ট্ৰেচ পৰিব, তাৰ বাবে শৰীৰ যি ক্ষতি হ’ব, সেয়া ভেকচিনৰ চাইড এফেক্টতকৈ বেছি।’’