হোটেলত কুকুৰৰ মাংস বিক্ৰী কৰা সন্দৰ্ভত বহুবাৰ অভিযোগ উত্থাপন হৈছে। এনেকুৱা এক ঘটনা সংঘটিত হৈছে বেংগালুৰুত। চহৰখনৰ নামী–দামী হোটেলসমূহত ছাগলী মাংসৰ পৰিৱৰ্তে কুকুৰৰ মাংস দিয়া হয় গ্ৰাহকক। জানিব পৰা মতে কচাইখানাত কুকুৰবিলাকক আগতে কাটি অনা হয় আৰু হোটেল–ছাগলী মাংসৰ দোকানত বিক্ৰী কৰা হয়।