প্ৰশাসনৰ পৰিসংখ্যা অনুসৰি, সোমবাৰ পৰ্যন্ত দিল্লীত কোৰোণাত আক্ৰান্তৰ সংখ্যা ১ লাখ ৫১ হাজাৰ। ঘণ্টাত আক্ৰান্ত হৈছে ১,০৫১ জন। বৃহস্পতিবাৰে সকলো ৰেকৰ্ড ভংগ কৰি ৰাজধানী দিল্লীত কোৰোণাত আক্ৰান্ত হৈছিল ২৮,৩৯৫ জন। ফলত একেবাৰতে প্ৰতিঘণ্টাত আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছিল ১,১৮৩লৈ।