Home » photogallery » nation »PHOTOS: গুপ্তাজীৰ দোকানত কি কৰি আছে কেজৰিৱালে! দিল্লীৰ মুখ্যমন্ত্ৰীৰ এইয়া কি ৰূপ!

PHOTOS: গুপ্তাজীৰ দোকানত কি কৰি আছে কেজৰিৱালে! দিল্লীৰ মুখ্যমন্ত্ৰীৰ এইয়া কি ৰূপ!

গোৱালিয়ৰত এখন চাট দোকান আছে য'ত গ্ৰাহক আহিলে হতভম্ব নহৈ নোৱাৰে। সকলোৰে কৌতুহল ইয়াত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) কি কৰি আছে! চাট দোকানত কিয় থিয় হৈ আছে কেজৰিৱাল! পাৰ হৈ যোৱা বাটৰুৱাইও এক মুহূৰ্তৰ বাবে ঘূৰি ঘূৰি চাব লগা হয়...সঁচাকৈ এইজন কেজৰিৱালেই নেকি! (ৰিপোৰ্ট- সুশীল কৌশিক, গোৱালিয়ৰ)

  • |