সুশান্ত সিং ৰাজপুতৰ মৃত্যৰ তদন্ত কৰিবলৈ গৈ এতিয়া কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে অৱস্থা। এনচিবিৰ হাতত ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হোৱাৰ পিছতে ড্ৰাগছৰ সৈতে বলীউদৰ সংযোগৰ কথা। তালিকা প্ৰস্তুত হৈছে বিয়াগোম তাৰকাৰ। শনিবাৰে জেৰাৰ সন্মুখীন হ’ল দীপিকা পাডুকণ, শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলী খান।