Home » photogallery » nation »Viral: ৫০ বছৰীয়া নিজ মাতৃক পুনঃবিবাহ কৰাই দিলে জীয়ৰীয়ে, সামাজিক মাধ্যমত চৰ্চা, চাওক ফটো

Viral: ৫০ বছৰীয়া নিজ মাতৃক পুনঃবিবাহ কৰাই দিলে জীয়ৰীয়ে, সামাজিক মাধ্যমত চৰ্চা, চাওক ফটো

৫০ বছৰীয়া মাতৃক জীয়ৰীয়ে পুনৰ বিবাহ কৰাই সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈছে। বিবাহৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ পাইছে। শ্বিলঙৰ দেব আৰ্তি ৰিয়া চক্ৰৱৰ্তীয়ে ইনষ্টাগ্ৰামত মাকৰ বিবাহ অনুষ্ঠানৰ নেপথ্যৰ এটা ভিডিঅ’ পোষ্ট কৰে।

শেহতীয়া বাতৰি