Home » photogallery » nation »Cyclone Asani Update: অসমত ৪-৫দিনলৈ বৰষুণৰ সম্ভাৱনা ! অশনি সাগৰত প্ৰৱেশ কৰিব নেকি ? অশনিৰ ভৱিষ্যত কি ? ঘূৰ্ণীবতাহে উত্তৰ পূবত ক্ষতি কৰিব নেকি ?

Cyclone Asani Update: অসমত ৪-৫দিনলৈ বৰষুণৰ সম্ভাৱনা ! অশনি সাগৰত প্ৰৱেশ কৰিব নেকি ? অশনিৰ ভৱিষ্যত কি ? ঘূৰ্ণীবতাহে উত্তৰ পূবত ক্ষতি কৰিব নেকি ?

Cyclone Asani Update: অৰুণাচল প্ৰদেশত উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ মাজত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসম মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূব ভাৰতত ৪-৫ দিন ধৰি এই ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব।