ইমানেই নহয়, কমলেশে কন্যাক হত্যাৰ অভিযোগত থানাত অভিযোগো দাখিল কৰে। ইয়াৰ পিছতে তদন্তত নামি পৰে আৰক্ষী। কমলেশ আৰু তেওঁৰ পত্নী অনিতা দেৱীক সোধা–পোছা কৰে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষা আৰু ইউএছজিত পৰিষ্কাৰভাৱে দেখা গৈছে যে মৃত্যুৰ সময়ত গৰ্ভৱতী আছিল যুৱতীগৰাকী। (প্ৰতীকী ফটো)