உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » nation »Coronavirus India Update: দেশত আজিও ঊৰ্ধ্বমুখী কোৰোণাৰ গ্ৰাফ, দৈনিক আক্ৰান্তৰ সংখ্যা ৩ লাখ ১৭ হাজাৰ অতিক্ৰম

    Coronavirus India Update: দেশত আজিও ঊৰ্ধ্বমুখী কোৰোণাৰ গ্ৰাফ, দৈনিক আক্ৰান্তৰ সংখ্যা ৩ লাখ ১৭ হাজাৰ অতিক্ৰম

    Coronavirus India Update: বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪৯১জনৰ। এই সংখ্যাও পূৰ্বৰ দিনটোতকৈ বহু বেছি। মুঠ মৃত্যুৰ সংখ্যা ৪ লাখ ৮৭ হাজাৰ ৬৯৩জন হৈছেগৈ দেশত।