Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 4


বলীউদত আকৌ দুঃসংবাদ। হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ তথা পৰিচালক ৰেম’ ডিছুজা। শুকুবাৰে দুপৰীয়া হাৰ্ট এটেক হয় পৰিচালকগৰাকীৰ।
2/ 4


লগে লগে ৰেম’ক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে।
3/ 4


পত্নী লিজালা ডিছুজাই জনোৱা মতে, ৰোম’ৰ হাৰ্টত ব্লকেজ হৈছে। চিকিত্সকে <span lang="en">Angioplasty কৰিছে। বৰ্তমান চিকিত্সালয়খনৰ আই চি ইউত ৰখা হৈছে। আগন্তুক ২৪ ঘণ্টা সম্পূৰ্ণ চিকিত্সকৰ পৰ্যবেক্ষণত ৰখা হ’ব ৰেম’ক। </span>