সুমনৰ হাঁড় ভাঙি যোৱা বাবে তেওঁক ৰাজস্থানৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন সুমন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২৩ মে’ত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত IPCৰ ধাৰা ৩২৩, ৩৪১, ৩৫৪বি, ৫০৬, ৩৪ত স্বামী আৰু দেওৰেকৰ বিৰুদ্ধে দাখিল কৰে গোচৰ।