Home » photogallery » nation »Cooking Oil: উৎসৱৰ বতৰত আপুনি লাভ কৰিব পাৰে ভাল খবৰ ! দুৰ্গা পূজাৰ পূৰ্বে হ্ৰাস হ'ব খোৱাতেলৰ দাম !

Cooking Oil: উৎসৱৰ বতৰত আপুনি লাভ কৰিব পাৰে ভাল খবৰ ! দুৰ্গা পূজাৰ পূৰ্বে হ্ৰাস হ'ব খোৱাতেলৰ দাম !

Cooking Oil: মূল্যবৃদ্ধিয়ে (Price Hike) জুৰুলা কৰা সাধাৰণ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে উৎসৱৰ বতৰত খোৱা তেলৰ দাম হ্ৰাস কৰাৰ চেষ্টা কৰিছে চৰকাৰে।  পেট্ৰ'ল-ডিজেলৰ সমান্তৰালকৈ বৃদ্ধি পাইছে সৰিয়হৰ তেল অথবা ৰিফাইনৰ দাম। বিশেষকৈ যোৱা বছৰটোত খোৱাতেলৰ দাম যথেষ্ট বৃদ্ধি হৈছে।