পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাৰ অনলাইন প্ৰক্ৰিয়া -
১. আপুনি আয়কৰ বিভাগৰ Website - https://www.incometaxindiaefiling.gov.in/home যাওক।২. বাওঁফালে Link Aadhaar ক্লিক কৰক।
৩. এতিয়া পেন, আধাৰ নম্বৰ আৰু আধাৰত থকা আপোনাৰ নাম পূৰণ কৰক।
৪. তাৰ পিছত Captcha কোড প্ৰবিষ্ট কৰক আৰু লিংক আধাৰত ক্লিক কৰক।
৫. এটা নিশ্চিতকৰণ পৃষ্ঠা খুলিব য'ত দেখুৱাব যে পেন সফলতাৰে আধাৰৰ সৈতে লিংক কৰা হৈছে ।