Home » photogallery » nation »PAN-Aadhaar linking|| ডাঙৰ খবৰ! আকৌ বাঢ়িলে আধাৰ-পেন কাৰ্ড লিংকৰ সময়সীমা, জানি লওক শেষ দিন কেতিয়া

PAN-Aadhaar linking|| ডাঙৰ খবৰ! আকৌ বাঢ়িলে আধাৰ-পেন কাৰ্ড লিংকৰ সময়সীমা, জানি লওক শেষ দিন কেতিয়া

৩০ ছেপ্তেম্বৰ ২০২১ত আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ শেষ তাৰিখ ধাৰ্য কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে শেষ সময়সীমা পুনৰ বৃদ্ধি কৰিছে।