যি এন-৯৫ মাস্কক কোৰোণা প্ৰতিৰোধৰ অন্যতম সাধন আখ্যা দিয়া হৈছিল ইমানদিনে, সেই মাস্কৰ পৰা বিয়পিব পাৰে কোৰোণা! অৱশ্যে সকলো এন-৯৫ মাস্ক নহয়, যি মাস্কত 'ভালভ ৰেচপিৰেটৰ' লগোৱা থাকে সেইসমূহত বিপদৰ শংকা বেছি। এই সতৰ্কবাণী সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰালয়ে। Representational Image