Home » photogallery » nation »Black Fungus: মূৰ্গীৰ পৰা বিয়পিছে নেকি ব্লেক ফাংগাছ?  কি ক'লে বিশেষজ্ঞই?

Black Fungus: মূৰ্গীৰ পৰা বিয়পিছে নেকি ব্লেক ফাংগাছ?  কি ক'লে বিশেষজ্ঞই?

এই সময়ত বহুতে কৈছে যে, পোলট্ৰী মুৰ্গীৰ পৰাও ব্লেক ফাংগাছ সংক্ৰমিত হৈছে। সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰাছ হৈছে এনে সংক্ৰান্তিয় পোষ্ট।