Home » photogallery » nation »CAIT protests against Amazon: ড্ৰাগছ, নিষিদ্ধ ৰাসায়নিক পদাৰ্থ বিক্ৰী কৰাক লৈ এমাজনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ CAITৰ

CAIT protests against Amazon: ড্ৰাগছ, নিষিদ্ধ ৰাসায়নিক পদাৰ্থ বিক্ৰী কৰাক লৈ এমাজনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ CAITৰ

২০১৯ চনত ৪০জন চিআৰপিএফ জোৱান শ্বহীদ হোৱা পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহৃত ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (IED) প্ৰস্তুতৰ বাবে ৰাসায়নিক পদাৰ্থ Amazon ই-কমাৰ্চ পৰ্টেলৰ জৰিয়তে অনা হৈছিল।

শেহতীয়া বাতৰি