বুধবাৰে দুপৰীয়া সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনাই যে, ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে প্ৰ’ডাক্টিভিটী আৰু নন-প্ৰ’ডাক্টিভিটী বোনাচ অনুমোদন দিছে কেন্দ্ৰীয় মন্ত্ৰীসভাই। ইয়াৰ বাবে সৰ্বমুঠ খৰচ হ’ব ৩,৭৩৭ কোটি টকা। ইয়াৰ ফলত উপকৃত হ’ব ৩০ লাখৰো অধিক নন-গ্ৰেজেটেড চৰকাৰী কৰ্মচাৰী।