உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » nation »ভয়ংকৰ বিস্ফোৰণত কঁপিল মণিপুৰৰ ইম্ফল, ৪ আৰক্ষীসহ আহত ৫জন, চাওক দৃশ্য

    ভয়ংকৰ বিস্ফোৰণত কঁপিল মণিপুৰৰ ইম্ফল, ৪ আৰক্ষীসহ আহত ৫জন, চাওক দৃশ্য

    বিস্ফোৰণত ক্ষতিসাধন হয় কেইবাখনো বাহনৰ। বিস্ফোৰণত পিছতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী এন বীৰেন সিং। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।