মণিপুৰৰ ইম্ফলত ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত আহত হয় চাৰিজন আৰক্ষীৰ লগতে এজন সাধাৰণ লোক। বিস্ফোৰণত ক্ষতিসাধন হয় কেইবাখনো বাহনৰ। বিস্ফোৰণত পিছতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী এন বীৰেন সিং। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।