শেহতীয়াকৈ বম্বে পশু সুৰক্ষা সংগঠনৰ এটা দলে গোপন সূত্ৰৰ খবৰ পাই আহমেদৰ ওপৰত নজৰ ৰখা আৰম্ভ কৰিছিল। লুকাই চোৰকৈ আহমেদৰ কু–কাৰ্যৰ ভিডিও কৰে তেওঁ। ভিডিওত দেখা যায় প্ৰথমে খাদ্যৰ লোভ দেখুৱাই কুকুৰক ওচৰলৈ মাতে বৃদ্ধই। তাৰ পিছত অকথ্য নিৰ্যাতন চলায় বৃদ্ধই। প্রতীকী চিত্র ৷