ফেব্ৰুৱাৰী ১২- লোচাৰ( ছিকিমত বন্ধ থাকিব বেংক)। ফেব্ৰুৱাৰী ১৫- লুই নিংগাই নি(বেংক বন্ধ থাকিব মনিপুৰত)। ফেব্ৰুৱাৰী ১৬- সৰস্বতী পূজা(ত্ৰিপুৰা, উৰিষ্যা আৰু পশ্চিম বংগত বন্ধ থাকিব বেংক)। ফেব্ৰুৱাৰী ১৯- ছত্তপতি শিৱাজী মহাৰাজ জয়ন্তী(মুম্বাই, নাগপুৰ আৰু বেলাপুৰত বেংক বন্ধ থাকিব)।