Home » photogallery » nation »হোৱাইট হাউছ–ভিলাৰ পৰা প্ৰাইভেট দ্বীপলৈ, চাওক বিশ্বজুৰি থকা বিজয় মালিয়াৰ সম্পত্তি

হোৱাইট হাউছ–ভিলাৰ পৰা প্ৰাইভেট দ্বীপলৈ, চাওক বিশ্বজুৰি থকা বিজয় মালিয়াৰ সম্পত্তি

মালিয়াৰ দ্বিতীয় বৃহৎ সম্পত্তি ফ্ৰান্সৰ ছাছালিট’ত এক সুদৰ্শন মেনছন। এইটো বে’ ব্ৰীজৰ সমীপত আছে। টাইগাৰ উডছ আৰু ছেৰেনা ছিষ্টাৰ্ছৰ বাংলোও ইয়াতেই আছে।