Home » photogallery » nation »প্ৰচণ্ড শীতত বদ্ৰীনাথ ধামত গোট মাৰিছে ঋষি গংগাৰ জলধাৰা, স্তব্ধ হৈ পৰিল নিজৰা, চাওক ফটো

প্ৰচণ্ড শীতত বদ্ৰীনাথ ধামত গোট মাৰিছে ঋষি গংগাৰ জলধাৰা, স্তব্ধ হৈ পৰিল নিজৰা, চাওক ফটো

Winters in Uttarakhand: শীতকালত বদ্ৰী বিশালৰ পৰ্টেল বন্ধ হৈ পৰিছে।বদ্ৰীনাথ ধামত আজিকালি উত্তৰাখণ্ড আৰক্ষীৰ কৰ্মীসকলৰ লগতে বি কে টি চিৰ কৰ্মচাৰী আৰু মাষ্টাৰপ্লেনৰ বাবে কাম কৰা কাৰ্যবাহী সংগঠনৰ কৰ্মীসকলে কাম কৰি আছে।

শেহতীয়া বাতৰি