Home » photogallery » nation »বোৱাৰীক দলবদ্ধ ধৰ্ষণ কৰি পৈশাচিক উল্লাস! ভিডিঅ' কৰি ৩০০ টকাত গাওঁবাসীক বিক্ৰী কৰিলে ৬ ধৰ্ষণকাৰীয়ে

বোৱাৰীক দলবদ্ধ ধৰ্ষণ কৰি পৈশাচিক উল্লাস! ভিডিঅ' কৰি ৩০০ টকাত গাওঁবাসীক বিক্ৰী কৰিলে ৬ ধৰ্ষণকাৰীয়ে

২০২০ চনৰ অক্টোবৰ মাহত নৰকীয় গণধৰ্ষণৰ চিকাৰ হৈছিল ৩০ বছৰীয়া এগৰাকী বোৱাৰী। কিন্তু তেতিয়া ৬ ধৰ্ষণকাৰীৰ ভয়-ভাবুকিৰ বাবে সেই কথা গোপণে ৰাখিছিল মহিলাগৰাকীয়ে।