Home » photogallery » nation »অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন, চাওক আটক ধুনীয়া সেউজীয়া সাজত ৰামলালাৰ প্ৰথম ছবি

অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন, চাওক আটক ধুনীয়া সেউজীয়া সাজত ৰামলালাৰ প্ৰথম ছবি

ভক্তসকলে যাতে এই বিশেষ অনুষ্ঠান চোৱাৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে একাধিক ব্যৱস্থা কৰা হৈছে। মন্দিৰ নিৰ্মাণৰ কাৰণে ভূমি পূজনৰ লাইভ টেলিকাষ্ট কৰা হ’ব।