Home » photogallery » nation »Arpita Roy| Yoga Teacher| দুৰ্ঘটনাই কাঢ়ি নিলে দুয়োখন ভৰি! কৃত্ৰিম ভৰিৰে যোগ শিকাই এতিয়া চৰ্চিত এগৰাকী যুৱতী...

Arpita Roy| Yoga Teacher| দুৰ্ঘটনাই কাঢ়ি নিলে দুয়োখন ভৰি! কৃত্ৰিম ভৰিৰে যোগ শিকাই এতিয়া চৰ্চিত এগৰাকী যুৱতী...

আজি অৰ্পিতা এগৰাকী সফল ইনষ্ট্ৰাক্টৰ। কোভিডৰ সময়ত বহুলোকক যোগৰ মাধ্যমেৰে সুস্থ হৈ থকাৰ পথ দেখুৱাইছে তেওঁ।