[caption id="attachment_38307" align="alignnone" width="875"] ২০১৮ৰ ফেব্ৰুৱাৰীৰ পৰা মে’ৰ ভিতৰত ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড আৰু কৰ্ণাটকত বিধানসভা নিৰ্বাচন হয়। ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰে। কৰ্ণাটকত কংগ্ৰেছ আৰু জেডিইউ মিলি মিত্ৰজোঁট চৰকাৰ গঠন কৰে। নাগালেণ্ডত NDPPৰ সৈতে মিলি চৰকাৰ গঠন কৰে বিজেপিয়ে। মেঘালয়ৰ চৰকাৰত অন্তৰ্ভুক্ত হয় বিজেপি।