Home » photogallery » nation »Salary Hike: মহামাৰীৰ পিছত এই বছৰ দৰমহা বৃদ্ধিৰ ভাল খবৰ ! কাৰ কিমান হাৰত বৃদ্ধি হ'ব ? সমীক্ষাই কি কয় ?

Salary Hike: মহামাৰীৰ পিছত এই বছৰ দৰমহা বৃদ্ধিৰ ভাল খবৰ ! কাৰ কিমান হাৰত বৃদ্ধি হ'ব ? সমীক্ষাই কি কয় ?

Annual salary hikes: টীমলীজ জৰীপ প্ৰতিবেদন অনুসৰি, অৰ্থনীতিৰ মুঠ ১৭ টা খণ্ডৰ ভিতৰত ১৪ টাখণ্ডত ৮.১৩ শতাংশ দৰমহা বৃদ্ধি হ'ব।