Home » photogallery » nation »Anant Ambani Wedding | ৰাজস্থানত অনন্ত আম্বানীৰ ‘ৰোকা’ অনুষ্ঠান, শীঘ্ৰে আবদ্ধ হ’ব বিবাহপাশত

Anant Ambani Wedding | ৰাজস্থানত অনন্ত আম্বানীৰ ‘ৰোকা’ অনুষ্ঠান, শীঘ্ৰে আবদ্ধ হ’ব বিবাহপাশত

অনন্ত আৰু ৰাধিকাই ইজনে সিজনক চিনি পোৱা কেইবছৰমান হ’ল আৰু আজিৰ অনুষ্ঠানৰ পৰা আগন্তুক মাহত তেওঁলোকৰ বিবাহৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হয়। দুয়ো পৰিয়ালে ৰাধিকা আৰু অনন্তৰ বাবে সকলোৰে আশীৰ্বাদ আৰু শুভকামনা বিচাৰিছে।

শেহতীয়া বাতৰি