পত্নীৰ সৈতে সেই ফটো পোষ্ট কৰি নিজৰ জন্মদিনৰ কথা উল্লেখ কৰিছিল মিলিন্দে। এই বয়সতো ফিটনেচৰ কাৰণে মিলিন্দৰ প্ৰশংসা কৰিছিল বলীউদৰ বহু তাৰকাই। কিন্তু ইয়াৰ পিছতে আৰম্ভ হয় বিতৰ্কৰ।
3/ 6
হিন্দুস্তান টাইমছত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি, দক্ষিণ গোৱাৰ আৰক্ষী বিষয়া পংকজ কুমাৰ সিঙে অভিনেতা-মডেলৰ বিৰুদ্ধে এফ আই আৰৰ কথা স্বীকাৰ কৰিছিল। তেওঁ জনাইছিল যে, সুমনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।
4/ 6
মিলিন্দৰ বিৰুদ্ধে অভিযোগ দাখিলৰ পিছতে সৰব হ’ল অভিনেত্ৰী পূজা দেৱী।টুইটাৰযোগে অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘মিলিন্দে নগ্ন হৈ দৌৰাত কোনো অশ্লীলতা নাই। যিসকলে এই ফটোখন অশ্লীল বুলি কৈছে, তেওঁলোকৰ মনবোৰ অশ্লীল।’