Home » photogallery » nation »Amarnath Shrine Cloudburst: নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, ডাৱৰ বিস্ফোৰণত বিপৰ্যস্ত অমৰনাথত উদ্ধাৰ অভিযান অব্যাহত ...

Amarnath Shrine Cloudburst: নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, ডাৱৰ বিস্ফোৰণত বিপৰ্যস্ত অমৰনাথত উদ্ধাৰ অভিযান অব্যাহত ...

Amarnath Shrine Cloudburst : অমৰনাথত ডাৱৰ বিস্ফোৰণ আৰু দুৰ্যোগৰ ফলত নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে৷ কমেও ৮০ জন লোক আহত হৈছে৷ আহতসকলৰ ভিতৰত ১৫ জন গুৰুতৰভাৱে আহত হৈছে৷