உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » nation »Modi in Gujarat: ৪ ৰাজ্যৰ ভোট যুদ্ধত জয়লাভৰ পিছতে মাতৃৰ আশীৰ্বাদ ল'বলৈ গুজৰাটত প্রধানমন্ত্রী, একেলগে গ্ৰহণ কৰিলে আহাৰ

    Modi in Gujarat: ৪ ৰাজ্যৰ ভোট যুদ্ধত জয়লাভৰ পিছতে মাতৃৰ আশীৰ্বাদ ল'বলৈ গুজৰাটত প্রধানমন্ত্রী, একেলগে গ্ৰহণ কৰিলে আহাৰ

    Narendra Modi having Dinner with mother: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মাতৃ হীৰাবেন মোদীক লগ কৰিবলৈ গান্ধীনগৰৰ ঘৰলৈ গৈছিল। চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জয়ৰ পিছতেই মোদীৰ প্ৰথমটো গুজৰাট ভ্ৰমণ।