আৰু আমিৰ খানৰ এই সাক্ষাত্কাৰকলৈ এতিয়া চৰ্চা চলিছে সমগ্ৰ দেশতে।কাশ্মীৰৰ ইছ্যুত পাকিস্তানক ৰাজহুৱাকৈ সমৰ্থন কৰিছিল তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ তায়িপ এৰ্দোগানে। পাকিস্তানৰ প্ৰতি বন্ধুত্ব দেখুৱাইছিল এই বিষয়ত। আৰু তেতিয়াৰ প্ৰতি তুৰস্কৰ ৰাষ্ট্ৰপতিৰ ওপৰত নাৰাজ ভাৰতবাসী।