Home » photogallery » nation »Photos: দুই ভাই আৰু দুই সখী - নামিবিয়াৰ পৰা ভাৰতলৈ আহি আচে ৮টা চিতা, জানক সকলো

Photos: দুই ভাই আৰু দুই সখী - নামিবিয়াৰ পৰা ভাৰতলৈ আহি আচে ৮টা চিতা, জানক সকলো

নামিবিয়াৰ হাবিৰ পৰা ৮টা চিতাই ১৬ ছেপ্টেম্বৰৰ নিশা এখন বিশেষ জাম্বো জেটত উঠি ভাৰতলৈ উৰা মাৰিব, যিটো বহু দিশত অতি ঐতিহাসিক হ’ব। এই চিতাবোৰৰ ভিতৰত ৩টা মতা আৰু ৫টা মাইকী চিতা আছে।

শেহতীয়া বাতৰি