Home » photogallery » mumbai »Shilpa Shetty : শিল্পা ছেট্টীয়ে ধুমধামেৰে কৰিলে 'গণপতি বিসৰ্জন', কন্যা সমিষাৰ ফ্লায়িং কিছে হৃদয় জয় কৰিছে নেটিজেনৰ, ফটো চাওক

Shilpa Shetty : শিল্পা ছেট্টীয়ে ধুমধামেৰে কৰিলে 'গণপতি বিসৰ্জন', কন্যা সমিষাৰ ফ্লায়িং কিছে হৃদয় জয় কৰিছে নেটিজেনৰ, ফটো চাওক

অভিনেত্ৰী শিল্পা চেট্টীয়ে (Shilpa Shetty Ganpati Visarjan) পুত্ৰ ভিভান আৰু কন্যা সমিষা (Samisha)ৰ সৈতে গণপতি বাপ্পাক পূজা কৰি বিসৰ্জন দিলে। গোটেই পৰিয়ালটোক এই উপলক্ষে একেলগে দেখা গৈছিল।