বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীয়ে (Shilpa Shetty Ganpati Visarjan) পুত্ৰ ভিভান আৰু কন্যা সমিষা (Samisha)ৰ সৈতে ডেৰ দিনীয়াকৈ গণেশ পূজা কৰি অৱশেষত বিসৰ্জন কৰিলে। গোটেই পৰিয়ালটোক এই উপলক্ষে একেলগে দেখা গৈছিল। শিল্পাই প্ৰতি বছৰে গণপতি বাপ্পাক খুব ধুম-ধামেৰে আদৰণি জনায়। প্ৰতি বছৰৰ দৰে এইবাৰো শিল্পাই গণেশ চতুৰ্থী (Ganesh Chaturthi 2021) উপলক্ষে 'গণপতি বাপ্পা'ক ঘৰলৈ আনি প্ৰতিষ্ঠা কৰিছিল। (ফটো সৌজন্যঃ ভাইৰেল ভায়ানি)