বলীউডৰ অভিনেত্ৰী জেকুইলিন ফাৰ্ণাণ্ডেজ (Jacqueline Fernandez) সমাজ সেৱামূলক কামত আৰম্ভণিৰে পৰা জড়িত হৈ আছে। এইবাৰ অভিনেত্ৰগৰাকীয়ে আৰম্ভ কৰিছে নিজৰেই এটা NGO. 'ইউ অনলী লিভ ৱানচ'(YOU ONLY LIVE ONCE, (YOLO) নামৰ সংস্থাটোৱে আন আন সংস্থাৰ সৈতে মিলি কৰিব মানৱ সেৱাৰ কাম। (Photo: @jacquelinef143/Instagram)