Home » photogallery » mumbai »PHOTOS: অভিনেত্ৰী জেকুইলিন ফাৰ্ণাণ্ডেজে আৰম্ভ কৰিলে নিজৰ স্বেচ্ছাসেৱী অনুষ্ঠান। 'ইউ অনলী লিভ ৱানচ' (YOLO)ৰ শুভাৰম্ভ কৰি প্ৰথমেই কৰিলে এই কাম।

PHOTOS: অভিনেত্ৰী জেকুইলিন ফাৰ্ণাণ্ডেজে আৰম্ভ কৰিলে নিজৰ স্বেচ্ছাসেৱী অনুষ্ঠান। 'ইউ অনলী লিভ ৱানচ' (YOLO)ৰ শুভাৰম্ভ কৰি প্ৰথমেই কৰিলে এই কাম।

সমাজ সেৱাত জোৰদাৰভাৱে অংশ লৈছে অভিনেত্ৰী জেকুইলিন ফাৰ্ণাণ্ডেজে(Jacqueline Fernandez)। মানৱ সেৱাৰ কাম কৰিবলৈ নিজে এটা সংস্থাও গঠন কৰিছে জেকুইলিনে। জেকুইলিনে 'ইউ অনলী লিভ ৱানচ' (YOLO) নামৰ সংস্থা গঠন কৰি আৰম্ভ কৰিছে মানৱ সেৱাৰ কাম।

শেহতীয়া বাতৰি