ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে 'দা কাশ্মীৰ ফাইলছ (The Kashmir Files)'ৰ এই বৃহৎ সফলতা আশাই কৰা নাছিল। ১১ মাৰ্চত মুক্তি লাভ কৰা ছবিখনে ২৪ মাৰ্চলৈকে ২০০ কোটি টকাৰ ব্যৱসায় কৰিছে। চিনেমাখনৰ বিষয়ে ইমানেই আলোচনা হৈছে যে থিয়েটাৰ মালিকসকলে দৰ্শনীৰ সংখ্যা বৃদ্ধি কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে। (Photo Credits: vivekagnihotri/Instagram)