শ্ৰীদেৱী আৰু বনি কাপুৰৰ জ্যেষ্ঠ কন্যা জাহ্নৱী কাপুৰে বলীউডত আত্মপ্ৰকাশ কৰিছে। কিন্তু কনিষ্ঠ কন্যা খুশী কাপুৰে এতিয়াও ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰাৰ কোনো খবৰ অহা নাই। অৱশ্যে,খুশী কাপুৰে (Khushi Kapoor The Queen Of Selfies) ইতিমধ্যে ফেশ্বন জগতত আত্মপ্ৰকাশ কৰিছে।