உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » mumbai »Kareena Kapoor Khan Christmas : কৰীণা কাপুৰ পৰিয়ালৰ সৈতে খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ মালাইকাৰ মাতৃৰ ঘৰত উপস্থিত, চাওক ফটো...

    Kareena Kapoor Khan Christmas : কৰীণা কাপুৰ পৰিয়ালৰ সৈতে খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ মালাইকাৰ মাতৃৰ ঘৰত উপস্থিত, চাওক ফটো...

    কৰীণা কাপুৰ খানক (Kareena Kapoor Khan Christmas Celebration) অৱশেষত ১৪ দিনৰ পিছত ঘৰৰ পৰা ওলাই আহা দেখা গ'ল। তেওঁ এই মাহৰ আৰম্ভণিতে কোভিড-19ৰ দ্বাৰা সংক্ৰমিত হৈছিল। কৰীণা কাপুৰে তেওঁৰ স্বামী ছইফ আলী খান (Saif Ali Khan) আৰু দুই সন্তান সৈতে মালাইকা অৰোৰা (Malaika Arora)ৰ মাতৃৰ গৃহত খ্ৰীষ্টমাছ চেলিব্ৰেট কৰিবলৈ গৈছিল। কেইখনমান ফটো (Kareena Kapoor Photos) ছচিয়েল মিডিয়াত ভাইৰেল হৈ পিৰিছে।