কৰীণা কাপুৰ খানক (Kareena Kapoor) আজি খ্ৰীষ্টমাছ পালন (Kareena Kapoor Khan Christmas Celebration)ৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত যথেষ্ট আনন্দিত দেখা গৈছিল। তেওঁ বলীউডৰ চেলিব্ৰেটী সকলৰৰ সৈতে একেলগে মালাইকা অৰোৰাৰ (Malaika Arora)ৰ মাতৃৰ গৃহত খ্ৰীষ্টমাছ পাৰ্টিত উপস্থিত হয়।। অভিনেত্ৰীগৰাকীক তেওঁৰ স্বামী ছইফ আলী খান আৰু পুত্ৰ টাইমুৰ আৰু জেহৰ সৈতে দেখা গৈছিল। (ফটো সৌজন্যঃViral Bhayani)