உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » mumbai »IND vs NZ: ৱাংখেড়েত টীম ইণ্ডিয়াৰ ৰেকৰ্ড দুৰ্বল ! নিউজিলেণ্ডৰ হাততো পৰাজিত, আকৰ্ষণীয় পৰিসংখ্যা চাওক...

    IND vs NZ: ৱাংখেড়েত টীম ইণ্ডিয়াৰ ৰেকৰ্ড দুৰ্বল ! নিউজিলেণ্ডৰ হাততো পৰাজিত, আকৰ্ষণীয় পৰিসংখ্যা চাওক...

    India vs New Zealand Test Series ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰথম টেষ্ট ড্ৰ হোৱাৰ পিছত দ্বিতীয় টেষ্টক লৈ আকৰ্ষণ অব্যাহত আছে। দ্বিতীয় ইনিংছত নিউজিলেণ্ড বেটছমেনে ভাৰতৰ (Team India) বলাৰৰ সন্মুখত ৯৪ অভাৰ বেটিং কৰি জয়ী হ'বলৈ নিদিলে। দ্বিতীয় টেষ্ট ৱাংখেড়েত (Wankhede Stadium) ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব।