Home » photogallery » mumbai »OMG! ইমান খিনালে ভাৰতী সিং ! আছে এটা নহয় দুটাকৈ ভাল খবৰ!

OMG! ইমান খিনালে ভাৰতী সিং ! আছে এটা নহয় দুটাকৈ ভাল খবৰ!

কৌতুক অভিনেতা ভাৰতী সিং (Bharti Singh) টিভিৰ জনপ্ৰিয় কমেডি শ্ব' 'দ্য কপিল শৰ্মা শ্ব' (The Kapil Sharma Show) লৈ পুনৰ উভতিবলৈ পাই অত্যন্ত সুখী। কিন্তু আটাইতকৈ ডাঙৰ আনন্দটো হ'ল তেওঁ এইবাৰ অনুষ্ঠানটোৰ বাবে ১৫ কিলো ওজন হ্ৰাস কৰিছে।