Home » photogallery » mumbai »Anushka Sharma PICS: অনুষ্কা শৰ্মাৰ নতুন ৰূপ, এই কাপোৰ পিন্ধি হাজিৰ হ'ল ছুটিং লোকেচনত, অনুৰাগীৰ মাজত আলোড়ন

Anushka Sharma PICS: অনুষ্কা শৰ্মাৰ নতুন ৰূপ, এই কাপোৰ পিন্ধি হাজিৰ হ'ল ছুটিং লোকেচনত, অনুৰাগীৰ মাজত আলোড়ন

অনুষ্কা শৰ্মা (Anushka Sharma) পুনৰ নিজৰ কৰ্মক্ষেত্ৰলৈ উভতিছে। তেওঁ বৰ্তমান মুম্বাইত এটা (Anushka Sharma Mumbai) ব্ৰেণ্ডৰ বাবে ছুটিঙত ব্যস্ত আছে। অনুষ্কাৰ ছুটিং লোকেছনৰ কিছুমান ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।