অনুষ্কা শৰ্মাক শেষবাৰৰ বাবে ২০১৮ চনত 'জিৰো' ছবিখনত দেখা গৈছিল। তাৰপিছত তেওঁ 'পাতাল লোক' আৰু 'বুলবুল'ৰ দৰে অ'টিটি প্ৰজেক্টত কাম কৰিছিল। অনুষ্কাৰ পৰৱৰ্তী প্ৰযোজনা হৈছে 'কালা', য'ত ইৰফান খানৰ পুত্ৰ বাবিলে অভিনয় জগতত আত্মপ্ৰকাশকৰিব। (ফটো সৌজন্যঃViral Bhayani)