Smartphone Colours and Personalities: ফোনটোৰ ৰঙে আমাৰ বিষয়ে বহুকথা ক'ব পাৰে। আপুনি বিচৰা ফোনটোৰ ৰঙৰ ওপৰত বহুতো নিৰ্ভৰ কৰে। অৰ্থাৎ, ফোনৰ ৰঙে তেওঁলোকৰ চৰিত্ৰৰ বিষয়ে বহু কথা ক'ব পাৰে। শেহতীয়াকৈ, এনে তথ্য সন্মুখলৈ আহিছে। ফোন এটা ক্ৰয় কৰোঁতে বহুলোকে তেওঁলোকৰ প্ৰিয় ৰঙক অধিক গুৰুত্ব দিয়ে। কিছুমান মানুহে ক'লা ফোন ভাল পায় আৰু কিছুমানে ৰঙা ফোন পছন্দ কৰে। বহুলোকে নীলা বা সেউজীয়া ৰঙৰ ফোন পছন্দ কৰে। ফোনটোৰ এই ৰঙে আমাৰ চৰিত্ৰটোৰ বিষয়ে বহুতো অজ্ঞাত কথা ক'ব পাৰে।