মধ্যবিত্ত শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈকে কণী খাই ভাল নোপোৱা মানুহ নাইয়েই বুলিব পাৰি । কম দামত বহু পুষ্টি পোৱাৰ বাবেই ঘৰত সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে কণী ভাল পায় । প্ৰতীকী চিত্ৰ ।
2/ 8
১৪ অক্টোবৰ দিনটো সমগ্ৰ দেশতে কণী দিৱস বা বিশ্ব কণী দিৱস হিচাপে পালন কৰা হয় আৰু একে সময়তে বিশ্ব স্বাস্থ্য সংস্থাই বাৰে বাৰে কণীৰ পুষ্টিকৰ মূল্যৰ প্ৰচাৰ কৰি মানুহক সজাগ কৰি তোলে। প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে সমগ্ৰ বিশ্বতে কণী দিৱস পালন কৰা হয় ৷ প্ৰতীকী চিত্ৰ ৷
3/ 8
এটা কণী হাজাৰ গুণ; শৰীৰ সুস্থ-সবল ৰখাত বহু ঔষধৰ ওপৰত কণী। শৰীৰৰ পুষ্টিৰ অভাৱ দূৰ কৰা এটা কণীত ৬ গ্ৰাম প্ৰটিন, ৫ গ্ৰাম উচ্চমানৰ ফেটি এচিড থাকে আৰু এটা কণী খালে শৰীৰত বহুতো কেলৰি উৎপন্ন হয়। প্ৰতীকী চিত্ৰ
4/ 8
কণীত জিয়াক্সেনথিন আৰু লুটিন থাকে যি চকুৰ দৃষ্টিশক্তিৰ বাবে অতি প্ৰয়োজনীয় কণীত ভাল কলেষ্টেৰল বেছি থাকে যি স্মৃতিশক্তি বৃদ্ধি কৰে, মগজুৰ স্নায়ুকোষ গঢ়ি তোলে আৰু স্নায়ুতন্ত্ৰক সুস্থ কৰি ৰাখে প্ৰতীকী চিত্ৰ
5/ 8
কণীৰ কুহুমত প্ৰটিন থাকে, কুহুমত আইৰণ আৰু ভিটামিন থাকে, শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিত কণীৰ মুখ্য ভূমিকা আছে। প্ৰতীকী চিত্ৰ
6/ 8
বয়স আৰু শাৰীৰিক অৱস্থাৰ ওপৰত ভিত্তি কৰি চিকিৎসকে কণী কেনেকৈ খাব লাগে সেই বিষয়ে পৰামৰ্শ দিয়ে ৷ ডায়েবেটিছ, এনিমিয়া, হৃদৰোগত কণী উপকাৰী, তেজ জমা হোৱাৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনাও কমি যায় ৷ প্ৰতীকী চিত্ৰ ৷
7/ 8
শৰীৰত চালফাৰৰ অভাৱ হ’লে নখ ভাঙি যায়, তেনে কঠিনতা দূৰ কৰে কণীয়ে, বহু ঔষধ খাব নালাগে, এটা কণীয়ে বহু বেমাৰ নাশ কৰে ৷ প্ৰতীকী চিত্ৰ ৷
8/ 8
<strong>সতৰ্কীকৰণ:</strong> কেতিয়াও চিকিৎসা বা ঔষধৰ বিকল্প নাই। গতিকে কোনো শাৰীৰিক সমস্যা হ'লে, ব্যৱহাৰিক প্ৰয়োগৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। প্ৰতীকী চিত্ৰ।