বৰ্তমান মহেন্দ্ৰ সিং ধোনীয়ে পৰিয়ালৰ সৈতে অতিবাহিত কৰিছে সময়। ধোনী কেতিয়া কি কৰি থাকে, ক’ত থাকে সকলো আপডেট অনুৰাগীক দি থাকে পত্নী সাক্ষীয়ে। সাক্ষীয়ে ধোনীক লৈ এক আমোদজনক কথাও শ্বেয়াৰ কৰিছে। (Sakshi Singh_r Instagram)
2/ 5
সাক্ষীয়ে এটা সাক্ষাৎকাৰত ফাদিল কৰে যে ধোনীয়ে ভিডিঅ’ গেম খেলি খুব ভাল পায়। ইমানেই ভাল পায় যে নিশা টোপনিতো PUBGৰ কথা ভোৰভোৰাই থাকে।
3/ 5
চেন্নাই ছুপাৰ কিংছৰ সৈতে কথা–বতৰাত সাক্ষীয়ে কয় যে ভিডিঅ’ গেমৰ বাবে ধোনীৰ সদায় সক্ৰিয় থাকিবলগীয়া মনটো আনফালে লগাই থাকে। এতিয়া এই গেম তেওঁলোকৰ বেডৰুম পাইছেগৈ। (Sakshi Singh_r Instagram)
4/ 5
ধোনীয়ে বেডৰুমতো হেডফোন লগাই গেম খেলি থাকে আৰু কথা পাতি থাকে। সাক্ষীয়ে কয় যে পাবজি তেওঁলোকৰ বেডৰুমতো সোমাইছে। ধোনীয়ে হেডফোন লগাই গেম খেলি খেলি আনৰ কথা পতাত ব্যস্ত থাকে।
5/ 5
সাক্ষীয়ে কয় যে ধোনীয়ে বহুবাৰ শুই থাকোতেও PUBGৰ কথা পাতিছে। (Sakshi Singh_r Instagram)