Home » photogallery » lifestyle »স্বামীৰ বান্ধৱীক লৈ কিয় অশান্তি কৰে পত্নীসকলে? সমীক্ষাত এটা আচৰিত তথ্য আৰু জানক ইয়াৰ সৈতে মোকাবিলা কৰাৰ উপায়

স্বামীৰ বান্ধৱীক লৈ কিয় অশান্তি কৰে পত্নীসকলে? সমীক্ষাত এটা আচৰিত তথ্য আৰু জানক ইয়াৰ সৈতে মোকাবিলা কৰাৰ উপায়

সমীক্ষা অনুসৰি স্বামীৰ আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক আছে? এই বিষয়টোক লৈ পত্নীসকলে বেছি মূৰ নঘমায়! বৰং স্বামীৰ আন এগৰাকী নাৰীৰ লগত শাৰীৰিক সম্পৰ্ক আছে নে নাই তাক লৈহে তেওঁলোকে অধিক চিন্তিত হৈ থাকে। (প্ৰতীকী ফটো)