Home » photogallery » lifestyle »Why Marriage Good For Health: বিয়া কৰাব নিবিচাৰে নেকি? অবিবাহিত লোকৰ বাবে চিন্তাৰ কাৰণ! আক্ৰান্ত হ'ব পাৰে এনে মাৰাত্মক ৰোগত!

Why Marriage Good For Health: বিয়া কৰাব নিবিচাৰে নেকি? অবিবাহিত লোকৰ বাবে চিন্তাৰ কাৰণ! আক্ৰান্ত হ'ব পাৰে এনে মাৰাত্মক ৰোগত!

বিয়াক বহুতে কয় দিল্লী কা লাড্ডু! এই লাড্ডুৰ যি খাই সেইজনেও পস্তাই, যি নাখাই সেইজনেও পস্তাই। কিন্তু বৰ্তমান সময়ত নাৰী পুৰুষ উভয়ৰে বিয়া বুলিলে অনীহা অহা দেখা গৈছে।

শেহতীয়া বাতৰি