বনি ভি. বেভাৰে তেওঁৰ কেনাইন বিহেভিয়াৰ, ইনচাইটছ এণ্ড আনছাৰ নামৰ কিতাপখনৰ জৰিয়তে জনাইছে যে, প্ৰস্ৰাৱৰ সময়ত ৬৮ শতাংশ মহিলাই স্কোয়াট অৱস্থানত বহে। যদিও ৯৭ শতাংশ পুৰুষে পৰম্পৰাগত চলি থকা ধৰণেই প্ৰস্ৰাৱ কৰে। কিয় এনে হয়? যিদৰে গাড়ীৰ চকাত কুকুৰে প্ৰস্ৰাৱ কৰে।