আজিকালি আমি অলপতে ভাগৰি পৰোঁ। হৃদস্পন্দন সঠিকভাৱে ৰখা, শৰীৰত কেলচিয়াম যোগান ধৰা, বেয়া কলেষ্টেৰল প্ৰতিৰোধ কৰা আৰু বেগতে ওজন কমাই অনাটো এতিয়া প্ৰায় সকলোৰে লক্ষ্য। সুস্থ জীৱন যাপন কৰিবলৈ হ’লে প্ৰয়োজনীয় শাৰীৰিক ব্যায়াম কৰিব লাগিব, লগতে আহাৰত কিছুমান বিশেষ খাদ্য যোগ কৰিব লাগিব। (Weight Loss Tips)