গ্লুটেন মুক্ত হোৱা বাবে খাদ্যত কুইনোৱা যোগ কৰিলে পুষ্টিকৰ মূল্য আৰু এন্টিঅক্সিডেন্টৰ গুণ বহুত বৃদ্ধি পায়। যিসকলে গ্লুটেন মুক্ত খাদ্য ভাল পায় তেওঁলোকে কুইনোৱা খাব পাৰে
8/ 8
কুইনোৱাৰ গ্লাইচেমিক সূচকাংক কম। ফলত তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত হয় গতিকে ওজন কমাব বিচাৰিলে কুইনোৱাৰ আশ্ৰয় লোৱাৰ বাদে গতি নাই