உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »Weight Loss: আপুনি চুলি সৰা, ওজন বৃদ্ধিৰ সমস্যাত ভুগি আছে নেকি ? এনেদৰে আখৰোট পানী খাওক ...

    Weight Loss: আপুনি চুলি সৰা, ওজন বৃদ্ধিৰ সমস্যাত ভুগি আছে নেকি ? এনেদৰে আখৰোট পানী খাওক ...

    Weight Loss: আখৰোটৰ বাকলি একাপ পানীত উতলাওক৷ সেই পানীত মুখখন গাৰ্গল কৰক৷ কিন্তু তাৰ পিছত গাৰ্গল কৰি পেলাই দিয়ক৷ গিলি নেপেলাব৷ এই পানী পেটলৈ গ'লে হিতে বিপৰীত হ'ব পাৰে৷